Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
कांग्रेस
Congress
Modi
Delhi
Viral
Crime
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

বোকাখাত: নুমলীগড়ত অনা অসমীয়াই এটা অসমীয়া পৰিয়ালক অত্যাচাৰ চলুৱা সন্দৰ্ভত নুমলীগড়ত DSP ক ঘেৰাও কৰিলে বীৰ লাচিত সেনাই

Bokakhat, Golaghat | Jul 5, 2025
নুমলীগড়ত অনা অসমীয়াই এটা অসমীয়া পৰিয়ালক অত্যাচাৰ চলুৱা সন্দৰ্ভত শনিবাৰে দিনৰ ৩ বজাত DSP ক ঘেৰাও কৰিলে বীৰ লাচিত সেনাই। অনা অসমীয়া পৰিয়ালে অত্যাচাৰ চলোৱা অসমীয়া যুৱক ৰাতুল বৰাৰ লগত ওলাই আহিল বীৰ লাচিত সেনা । গোলাঘাট ৰ DSP ক ঘেৰাও কৰিলে বীৰ লাচিত সেনাই। ৰাতুল বৰা নামৰ এজন ফলমূলৰ যুৱ ব্যৱসায়ী ক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগত উত্তপ্ত হৈছে নুমলীগড়ত। শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী বীৰ লাচিত সেনাৰ।

MORE NEWS