সাপেখাতী: চকলীয়াত বহুমুখী মহিলা সমবায় সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত
অংশলয় অসম সাহিত্য সভাৰ হিতৈষী সদস্য বিচয়িন্তী সন্দিকৈয়ে
মঙলবাৰে আবেলি চাৰি বজাত চকলীয়াত বহুমুখী মহিলা সমবায় সমিতিৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । ভানু তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আঁতধৰে সমিতিৰ সম্পাদীকা প্ৰমিলা ঠাকুৰীয়া ডেকাই। সভাত অসম সাহিত্য সভাৰ হিতৈষী সদস্য বিচয়ন্তী সন্দিকৈ, বিউটি তালুকদাৰ, ৰেখামণি বৰগোঁহাই, ৰূপাঞ্জলী কলিতা, অনু দত্ত, উৰ্মিলা বড়া, অঞ্জু হাটীমুৰীয়া, দৃষ্টি মণি ডেকাই অংশগ্ৰহণ কৰে।