Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
No video available

সাপেখাতী: সাপেখাতীত বিজেপিৰ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সাংগঠনিক সভাত মণ্ডল সভাপতি জয়ন্ত বৰুৱা উপস্থিত

Sapekhati, Charaideo | Feb 26, 2024
সোমবাৰে ৩.৩০ বজাত সাপেখাতীত আগন্তুক লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক মণ্ডল সমিতিসমূহৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে সঘনে সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ সাপেখাতী মণ্ডলৰ এখন গুৰুত্বপূৰ্ণ সভা মণ্ডলৰ সভাপতি জয়ন্ত বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। সভাখনৰ আঁত ধৰে মণ্ডল সম্পাদক অভিজিৎ ফুকনে। সভাত সাপেখাতী মণ্ডলৰ উপ-সভাপতি চুশিল বৰা, গাঁও চলো অভিযানৰ মুখ্য আহ্বায়ক হৰেন চাংমাই, সহঃ সম্পাদক কৃষ্ণ বৰদলৈ, বিমান বৰগোঁহাই, প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে।