সোণাৰি: মৰাণৰ উৰুলি বিবাহ ভৱনত চৰাইদেউ জিলাৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ উপস্থিতিত সভা অনুষ্ঠিত
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মৰাণৰ উৰুলি বিবাহ ভৱনত বিৰোধী ৰাজনৈতিক দলৰ এখন সভা সম্পন্ন হয়। উক্ত সভাত সভাপতিত্ব কৰে মাহমৰা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি কেশৱ গগৈয়ে। সভাত উপস্থিত থাকে জাতীয় পৰিষদৰ মানিক গগৈ, টংকেশ্বৰ কোঁৱৰৰ লগতে ৰাইজৰ দলৰ থানেশ্বৰ গগৈ আৰু জীৱেশ্বৰ চুতীয়া৷