ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰতে পাব FIFA world cup football ৰ প্ৰতিখন মেচৰ আমেজ।আজিৰে পৰা Big screen ত FIFA world cup football ৰ পোনপটীয়া সম্প্ৰচাৰ।অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত "মুখ্যমন্ত্ৰী ফিফা ফেন পাক" ৰ সুন্দৰ আয়োজন।
#rituparnabaruah
#FIFAWorldCup2026
#assamtourismm
Dibrugarh East, Dibrugarh | Jun 30, 2026