Public App Logo
Jansamasya
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
No video available

মাহমৰা: মৰাণহাট ঊষাপুৰত মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভা অনুষ্ঠিত, উপস্থিত কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক সুৰুজ দিহিঙীয়া

Mahmora, Charaideo | Feb 18, 2024
মৰাণহাট ঊষাপুৰত মাহমৰা সমষ্টি যুৱ কংগ্ৰেছৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ মাহমৰা ব্ল'ক যুৱ কংগ্ৰেছৰ সভাপতি পাৰ্থপ্ৰতীম সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সা: সম্পাদক সুৰুজ দিহিঙীয়া আৰু চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈ ৷ সভাত মনোজ পানতাঁতীক সভাপতি, মেদিনী চেতিয়াক প্ৰশাসনিক সা: সঃ আৰু মহেশ মুণ্ডাক সাংগাঠনিক সা: সম্পাদক হিচাপে লৈ মাহমৰা ব্ল'ক যুৱ কংগ্ৰেছৰ নতুন সমিতি গঠন কৰা হয়।

MORE NEWS