উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, জাতি জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড় যুৱ সমাজ, মিলনজ্যোতি সংঘৰ যৌথ প্ৰচেষ্টাত বান বিধ্বস্ত অঞ্চলত সাহায্য প্ৰদান কৰাৰ বাবে শনিবাৰে পুৱা ৰাওনা হ'ব। এই উপলক্ষে ডিব্ৰুগড় সাহিত্য সভা ভৱনত ব্যাপক প্ৰস্তুতি। ডিব্ৰুগড় বাসীৰ সহযোগীতাৰ বাবে ধন্যবাদ জনাইছে সংগঠনকেইটাই।
#floodrelief
Dibrugarh East, Dibrugarh | Jul 29, 2026