মানকাচৰ: জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ফেকামাৰীৰ বিভিন্ন ঠাইত এইচ আই ভি এইডছৰ সজাগতা সভা
সোমবাৰে দিনৰ আনুমানিক ১বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ফেকামাৰী অঞ্চলৰ কেইবাখনো ঠাইত আয়োজন কৰা হয় এইচ আই ভি এইডছৰ ওপৰত সজাগতা সভা । উল্লেখ্য যে এইডচৰ ভাইৰাছত আক্ৰান্তৰ পৰা বাছিবলৈ ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হয় আজিৰ সজাগতা সভাবোৰ।