বিজনী ভাগ: পাণবাৰীত হিতাধীকাৰী সাক্ষাৎ সভা আৰু আৰ্থ সামাজিক সজাগতা সভা অনুষ্ঠিত, উপস্থিত বিটিআৰৰ চিফ প্ৰমোদ বড়ো
আজি চিৰাং জিলাৰ পাণবাৰীত হিতাধীকাৰী সাক্ষাৎ সভা আৰু আৰ্থ সামাজিক সজাগতা সভা অনুষ্ঠিত হয়,আজিৰ এই সভাত মূখ্য অতিথি হিচাপত অংশগ্ৰহণ কৰে - বিটিআৰৰ চিফ প্ৰমোদ বড়ো,বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে এইখন সভাতে ভাষন যোগে কয় যে এই UPPL চৰকাৰৰ দিনত , বিটিআৰৰ কাৰ্যবাহী সদস্য তথা এই সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰীৰ নেতৃত্বত মানস ছেৰফাং পৰিষদীয় সমষ্টিত বিভিন্ন চৰকাৰী আঁচনি হিতাধীকাৰীসকলে লাভ কৰিছে ।