Public App Logo
Profile Picture

CHIRANG NEWS

@chirangnews494
4703Followers
29Following
বিজনী ভাগ: উত্তৰ বুঢ়ী খামাৰগাঁৱত অনুষ্ঠিত "বুঢ়াই বাথৌ খেৰাই" পূজাত উপস্থিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱস্থিত JSB চিকিৎসালয়ত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে চিৰাং আৰক্ষীৰ ৰক্ত দান শিবিৰ
বিজনী ভাগ: চিৰাং জিলাৰ ৩ নং লক্ষীঝোৰাত শ্ৰী শ্ৰী গোষ্ঠ পূজা ও মেলা আৰম্ভ
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত বিজেপিৰ চিৰাং জিলাৰ যুৱ মৰ্চাৰ দলে জেষ্ঠ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গৰ সৈতে বিভিন্ন কাম কাজ লৈ আলোচনা কৰে
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত বড়ো চুক্তি ২০২০ ৰূপায়নৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ বিশাল প্ৰতিবাদী সমদল
বিজনী ভাগ: ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান
"জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড" বন্ধ হোৱাকলৈ বিজনী প্ৰেছ ক্লাবত সংবাদ মেল
বিজনী ভাগ: শিৱ শংকৰ কলোনিৰ দুলানী নৈত সন্ধানহীন হোৱা মদন ঘোষৰ মৃতদেহ উদ্ধাৰ
বিজনী ভাগ: নিশা ৩ নং চিকাঝোৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ ভাঙি তহিলং কৰে মোহন চৌহানৰ তামোল বাগান জনালে সংবাদ মাধ্যমক
দাংতল ৰাজহ চক্ৰ: তুলসীঝোৰাৰ আই নৈৰ ঘাটত অনুষ্ঠিত ষট পূজাৰ সূৰ্য দেৱতাক প্ৰণাম কৰি আশিস লোৱাৰ পিছত সামৰনি পৰে
বিজনী ভাগ: পূৱতি নিশা বিজনীৰ ১ নং ছাতিয়ানগুৰীত
সুপাৰী চুৰি কৰিবলৈ আহি ধৰা পৰিল চোৰ আৰক্ষীক গটালে চোৰক
বিজনী ভাগ: বিজনী থানাত বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বজৰংগ দলৰ এজাহাৰ দাখিল
বিজনী ভাগ: বিজনীৰ দুলানী নদীৰ ঘাটত ষট পূজা অনুষ্ঠিত কেইবা সহস্ৰাধিক ভক্তৰ সমাগম
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত চিৰাং আৰক্ষীৰ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীক লৈ সজাগতা-আৰু কুইজ প্ৰতিযোগীতা অনুষ্ঠিত
দাংতল ৰাজহ চক্ৰ: তুলসীঝোৰাৰ আই নৈৰ ঘাটত পবিত্ৰ ষট পূজা অনুষ্ঠিত শতাধিক ভক্তৰ সমাগম
বিজনী ভাগ: বিজনীৰ শিৱ শংকৰ কলোনিৰ দুলানী নৈত সন্ধানহীন এগৰাকী ৰান্ধনী SDRF বাহিনীৰ অভিযান আৰম্ভ
দাংতল ৰাজহ চক্ৰ: বাসুগাঁৱত প্ৰয়াত কন্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ভাৰতৰ কমিউনিষ্ট পাৰ্টি বাসুগাওঁ আঞ্চলিক সমিতিৰ
বিজনী ভাগ: বিষ্ণুপুৰত বনৰীয়া হাতীৰ তাণ্ডৱ পথাৰত ধান খেতি খাই তহিলং পিছত ট্ৰেক্টৰ গাড়ী চলাই জংঘলত খেদি পঠিয়ায় হাতীৰ জাকক
বিজনী ভাগ: পানবাৰী কালী মন্দিৰত ভক্তৰ ভিৰ কালী মাৰ আশিস লয় কেইবা শহশ্ৰাধিক ভক্তই
বিজনী ভাগ: চিৰাং জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উপ সভাপতি হিচাপে টিকেন দে'ক নিযুক্ত প্ৰদান চিৰাং জিলা বিজেপিৰ
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি আৰক্ষীৰ 
প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত,উপস্থিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক
বিজনী ভাগ: পালেংবাৰীত কালী মাৰ আশিস লয় বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে
বিজনী ভাগ: নিশা ১ নং অগ্ৰংত বনৰীয়া হাতীৰ তাণ্ডৱ তামোল গছ ভাঙি তহিলং  ১ নং অগ্ৰংত জনালে সংবাদ মাধ্যমক
বিজনী ভাগ: বিজনীত জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চিৰাং আৰক্ষীৰ এলেকা পৰিদৰ্শন আৰু তহল
বিজনী ভাগ: পানবাৰীত কালী পূজা ও মেলা উপলক্ষে নাম অনুষ্ঠিত দুই শতাধিক ভক্তৰ সমাগম
দাংতল ৰাজহ চক্ৰ: বাসুগাঁৱৰ বিজয়গাঁৱত মায়াবিনী কাপ ছিজন-১ ৰ দ্বিতীয় খন ছেমি ফাইনেল খেল অনুষ্ঠিত কেইবা শহশ্ৰাধিক ৰাইজৰ অংশগ্ৰহণ