মিৰ্জাত সংঘটিত হয় এক পথ দুৰ্ঘটনা । গোৱালপাৰা দিশে গৈ থকা দুখন বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা । নিয়ন্ত্ৰন হেৰুৱাই পথৰ বাওঁফালেৰে এখন বাহন সোমাই পৰে চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ তলত। কথমপি প্ৰাণ ৰখা এজন লোকৰ।
আজাৰা: মিৰ্জাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা - Azara News