শিৱসাগৰৰ আমোলাপট্টিত দিন দুপৰতে সংঘটিত চুৰি কাণ্ড
ঘৰত কোনো নথকাৰ সুযোগতে লৈ চোৰে লুটি নিয়ে পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ
আমোলাপট্টিৰ বাচা বুঢ়াগোহাঁই পথৰ এটা ভাড়াঘৰত সংঘটিত হয় এই চুৰিকাণ্ড
ঘৰৰ দৰজা ভাঙি গডৰেজৰ পৰা লৈ যায় তিনি ডাল সোণৰ চেইন , তিনিটা আঙঠি , এযোৰ সোণৰ বাৰুৱতী ,কাণফুলি দুযোৰ , সোণৰ মণিকে আদি কৰি নগদ প্ৰায় চাৰি হাজাৰ টকা ।
ভাড়াতীয়া হিচাপে থকা ৰশ্মি ৰেখা বৰা কলিতা নামৰ মহিলা গৰাকীৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড ।
এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ শিৱসাগৰ সদৰ থানাত
ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
#everyonefollowers #followmeonfacebook #followerseveryone #highlight
Sibsagar, Sivasagar | Jul 3, 2026