Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
India
बीजेपी
Uttar_pradesh
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
दिल्ली
Breakingnews
Madhya_pradesh
Nsui
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
Cricket
Sdm
Uttarakhand
Sambalpur

শিৱসাগৰৰ আমোলাপট্টিত দিন দুপৰতে সংঘটিত চুৰি কাণ্ড ঘৰত কোনো নথকাৰ সুযোগতে লৈ চোৰে লুটি নিয়ে পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ আমোলাপট্টিৰ বাচা বুঢ়াগোহাঁই পথৰ এটা ভাড়াঘৰত সংঘটিত হয় এই চুৰিকাণ্ড ঘৰৰ দৰজা ভাঙি গডৰেজৰ পৰা লৈ যায় তিনি ডাল সোণৰ চেইন , তিনিটা আঙঠি , এযোৰ সোণৰ বাৰুৱতী ,কাণফুলি দুযোৰ , সোণৰ মণিকে আদি কৰি নগদ প্ৰায় চাৰি হাজাৰ টকা । ভাড়াতীয়া হিচাপে থকা ৰশ্মি ৰেখা বৰা কলিতা নামৰ মহিলা গৰাকীৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড । এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ শিৱসাগৰ সদৰ থানাত ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত #everyonefollowers #followmeonfacebook #followerseveryone #highlight

Sibsagar, Sivasagar | Jul 3, 2026

MORE NEWS

🟥 নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে সৈতে  জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি...

PHOTO COURTESY - Narendra Modi 

#SanaeTakaichi #NarendraModi #PMOIndia #delhi

🟥 নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে সৈতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি... PHOTO COURTESY - Narendra Modi #SanaeTakaichi #NarendraModi #PMOIndia #delhi

Sibsagar, Sivasagar | Jul 2, 2026

" বাঘ সেনা" নামৰ সংগঠনৰ নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল।

জাগৃতি নাৰী সমাজে দাখিল কৰে এজাহাৰ।

ইউনুছ তামুলীয়ে ফেচবুকত  মহিলা সমাজক কৰ্টাক্ষ কৰি অশ্লীল, কুৰুচিপূৰ্ণ মন্তব্য লিখা বুলি ক্ষোভ প্ৰকাশ কৰি জাগৃতি নাৰী সমাজে দাখিল কৰে এজাহাৰ। 

#news #oursivsagar #NewsUpdate #sivasagar

" বাঘ সেনা" নামৰ সংগঠনৰ নেতা ইউনুছ তামুলীৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল। জাগৃতি নাৰী সমাজে দাখিল কৰে এজাহাৰ। ইউনুছ তামুলীয়ে ফেচবুকত মহিলা সমাজক কৰ্টাক্ষ কৰি অশ্লীল, কুৰুচিপূৰ্ণ মন্তব্য লিখা বুলি ক্ষোভ প্ৰকাশ কৰি জাগৃতি নাৰী সমাজে দাখিল কৰে এজাহাৰ। #news #oursivsagar #NewsUpdate #sivasagar

Sibsagar, Sivasagar | Jul 2, 2026

জনজাতিকৰণ সন্দৰ্ভত পুনৰ সৰৱ তাই আহোম ছাত্ৰ সন্থা।

'ছয় জনগোষ্ঠীক জনজাতিকৰণ দিয়া কথাৰ আছিল নিৰ্বাচনী ইস্তাহাৰত'

'মুখ্যমন্ত্ৰীক সাক্ষাৎ কালত কৈছিল সাংবিধানিক বাধা আছে তাক আতৰাব লাগিব'।

'এখিনি মানুহৰ সন্দেহ আছে ক্ষোভ আছে,।

'নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব লাগে'

'জাতীয় দায়িত্ব পালন কৰিব লাগে'।

'এই বিষয়ৰ পৰা ফালৰি কাটি থাকিলে অসমৰ ৰাজপথ পুনৰ উত্তাল হব'

আটাছুৰ সভাপতি বসন্ত গগৈ

জনজাতিকৰণ সন্দৰ্ভত পুনৰ সৰৱ তাই আহোম ছাত্ৰ সন্থা। 'ছয় জনগোষ্ঠীক জনজাতিকৰণ দিয়া কথাৰ আছিল নিৰ্বাচনী ইস্তাহাৰত' 'মুখ্যমন্ত্ৰীক সাক্ষাৎ কালত কৈছিল সাংবিধানিক বাধা আছে তাক আতৰাব লাগিব'। 'এখিনি মানুহৰ সন্দেহ আছে ক্ষোভ আছে,। 'নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব লাগে' 'জাতীয় দায়িত্ব পালন কৰিব লাগে'। 'এই বিষয়ৰ পৰা ফালৰি কাটি থাকিলে অসমৰ ৰাজপথ পুনৰ উত্তাল হব' আটাছুৰ সভাপতি বসন্ত গগৈ

Sibsagar, Sivasagar | Jul 1, 2026