Public App Logo
"২০২৯ চনৰ লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ পৰা খেলিম। ২০৩১ চনৰ বিধান সভা নিৰ্বাচনত দিছপুৰ সমষ্টিত মোৰ মানুহেই থিয় কৰাম।" যোৱা বিধান সভা নিৰ্বাচনত প্ৰাৰ্থিত্ব বঞ্চিত দিছপুৰ সমষ্টিৰ বি জে পিৰ প্ৰাক্তন বিধায়ক অতুল বৰাৰ মন্তব্য। - Assam News