Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
रेलवे
Coronavirus
कांग्रेस
बीजेपी
Congress
Modi
Delhi
Viral
Dm
Rajasthan
Bollywood
Patna
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
जिलाधिकारी

ট্ৰেক্টৰ চলাই হাল বাই, ভূঁই ৰুলে বিধায়ক পল্লৱ লোচন দাসে । আজি এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বিশ্বনাথৰ বিধায়ক পল্লৱ লোচন দাসক । বিশ্বনাথৰ মিচামাৰী গাঁৱত বিধায়ক পল্লৱ লোচন দাসে নিজে ট্ৰেক্টৰ চলাই হাল বাই ভূঁই ৰোৱে । এখন নীলা ৰঙৰ ট্ৰেক্টৰৰে বিধায়ক গৰাকীয়ে প্ৰথমে পথাৰত হাল বাই । তাৰ পিছত মহিলাসকলৰ লগত মিলি ভূঁই ৰুবলৈ আৰম্ভ কৰে। দৰাচলতে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান ASRLM ৰ সাকোমঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনিপথাৰ আৰু ধুলি গাঁও পঞ্চায়তৰ দুটাকৈ সংহত কৃষি ক্লাষ্টাৰৰ সদস্যই আজিৰ পৰা কৃষি কাৰ্যৰ শুভাৰম্ভণি কৰে । বিধায়ক পল্লৱ লোচন দাসে ফিটা কাটি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত শ্যামলা আৰু দেবাংশ্ৰী সংহত কৃষি ক্লাষ্টাৰৰ মহিলা সকলে বিধায়ক গৰাকীৰ লগত একেলগে ভূঁই ৰুই আনন্দ কৰে । #public #friends #highlights #news #viral #reels #everyone #facebook #police #Gohpur #barta24x7

Helem, Biswanath | Jul 19, 2026

MORE NEWS