চাপৰ ভাগ: চাপৰ শাখা সাহিত্য সভাৰ উদ্যোগত চাপৰৰ ভকতগাঁওস্থিত শৰৎ চন্দ্ৰ সিংহ সাংস্কৃতিক ক্ষেত্ৰত ভাষা গৌৰৱ সপ্তাহ উদযাপন
শনিবাৰে বিয়লি প্ৰায় দুই মান বজাত চাপৰ শাখা সাহিত্য সভাৰ উদ্যোগত আৰু চাপৰ পৌৰ সভাৰ সহযোগত চাপৰৰ ভকতগাঁৱস্থিত শৰৎ চন্দ্ৰ সিংহ সাংস্কৃতিক ক্ষেত্ৰত ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হয় ।অঞ্চলটোৰ বিশিষ্ট ব্যক্তি তথা গন্য মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত অনুস্থানত চাপৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়া আৰু চাপৰ পৌৰ সভাৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্রীৰ উপস্থিতিত অনুষ্ঠিত ভাষা গৌৰৱ সপ্তাহত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে বিশিষ্ঠ ব্যক্তি সকলে।