Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Educationforall
Capacitybuilding
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Thodadhyanse
No video available

সোণাৰি: সোণাৰিৰ সাপেখাতীত সংঘটিত হ'ল ডকাইটি কাণ্ড, তিনজনীয়া দুৰ্বৃত্তৰ দলে এজন লোকৰ পৰা কাঢ়ি নিলে ডেৰ লক্ষাধিক টকা, এজাহাৰ দাখিল

Sonari, Charaideo | Jun 15, 2024
সোণাৰিৰ সাপেখাতীত শনিবাৰে দুই বজাত তিনিজনীয়া এটি দূৰ্বৃত্তৰ দ'লে মূৰত হেলমেট পৰিধান কৰি বাইক আগুচি ধৰি কাঢ়ি নিলে ডেৰ লক্ষ্যাধিককৈ টকা ৷ সাপেখাতীৰ ১ নং কঠিয়া খুণ্ডা গাওঁৰ টংকেশ্বৰ শৰ্মা নামৰ যুৱকজনে বৰহাটৰ ষ্টেট বেংকৰ পৰা টকা আদায় কৰি আনি থকা অৱস্থাত আটাল পথাৰত তিনিজনীয়া এটি যুৱকৰ দ'লে আগুচি ধৰি কাঢ়ি নিয়ে ধন ৷ এই সন্দৰ্ভত টংকেশ্বৰ শৰ্মাই সাপেখাতী আৰক্ষী থানাত এজাহাৰ দিয়ে

MORE NEWS