Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Kalpanachawla
No video available

সোণাৰি: লাকুৱাত ৰঙাগড়া আৰু ৩নং জিজিএছ সংযোগী বিধ্বস্ত পথৰ বাবে ONGCৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ

Sonari, Charaideo | Jun 14, 2024
চৰাইদেউ জিলাৰ লাকুৱা ৰঙাগড়াত পথ অৱৰুধ স্থানীয় ৰাইজৰ ৷ চৰাইদেউ জিলাৰ লাকুৱা ৰঙাগড়া আৰু ৩ নং জি জি এছ সংযোগী বিধস্ত পথৰ বাবে স্থানীয় ৰাইজে ONGCৰ বিৰুদ্ধে পথ অৱৰুধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ ONGCৰ গধুৰ গধুৰ যান বাহন চলাচল কৰি পথৰ বিধস্ত অৱস্থা কৰি তোলাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজৰ ৷

MORE NEWS