Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে চিংলৌ পথাৰ আৰু শান্তি পুৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই চুলাই মদৰ পাছ ২৬০ লিটাৰ নষ্ট কৰে ৷

Sonari, Charaideo | Jun 14, 2024
চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু সোণাৰি আৰক্ষীৰ যৌথ প্ৰচেষ্টাত অসম নাগালেণ্ড সিমান্তৱৰ্তী অঞ্চল চিংলৌ পথাৰ আৰু শান্তিপুৰ অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ অভিযানকালত চুলাই মদৰ পাছ ২৬০ লিটাৰ নষ্ট কৰে আৰু অবৈধ সুৰা প্ৰস্তুতকাৰী সকলৰ বিৰুদ্ধে ৩ টাকৈ গোচৰ ৰুজো কৰে চৰাইদেউ জিলা আবকাৰী বিভাগে ৷৷

MORE NEWS