সোণাৰি: সোণাৰিৰ গৰিয়াছিগাত গ্ৰাম থানৰ উদ্যোগত শতাধিক ভক্তৰ সমাবেশত কেচাইখাতী পূজা সম্পন্ন
সোণাৰিৰ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত গৰিয়াছিগাত গ্ৰাম থানৰ উদ্যোগত শুক্ৰবাৰে চাৰি বজাত শতাধিক ভক্তৰ সমাবেশত কেচাইখাতী পূজা সম্পন্ন কৰা হয়।শতাধিক ভক্ত সকলে অঞ্চলটোৰ লগতে ৰাইজৰ মঙ্গল কামনা লাভৰ বাবে ভক্ত সকলে কেচাইখাতী পূজা অৰ্চনা কৰি আহিছে।