সোণাৰি: মাহমৰা জজলি পাঁচআলিৰ এজন শিক্ষক নিৰুদ্দেশ, দিচাং পানীৰ দিচাং নৈৰ পাৰত স্কুটিসহ তেখেতৰ চেণ্ডেল উদ্ধাৰ কাকতিবাৰী আৰক্ষীৰ
মাহমৰা জজিলি পাঁচ আলিৰ এজন প্রধান শিক্ষক নিৰুদ্দেশ উল্লেখ্য যে কালি তথা বৃহস্পতিবাৰে ঘৰৰ পৰা পুৱা বিদ্যালয়লৈ বুলি ওলাই গৈ পুনৰ ঘৰলৈ দিনৰ প্ৰায় ২মান বজাত আহি, স্থানীয় এটা অঞ্চললৈ যাও বুলি কয় যোৱাত বর্তমানলৈকে নিৰুদ্দেশ স্থানীয় নৈ পাৰত তেওঁৰ লৈ যোৱা স্কুটিখনসহ, পৰিধান কৰি যোৱা চেণ্ডেলযোৰ উদ্ধাৰ | ঘটনা সন্দৰ্ভত কাকতিবাৰী আৰক্ষীৰ তদন্ত আৰম্ভ আৰু SDRF বাহিনীয়ে দিচাংপানী ৰ দিচাং নৈ অভিযান অব্যাহত ৰাখিছে শিক্ষক জনৰ নাম লোকেশ্বৰ গগৈ বুলি জানিব পৰা গৈছে ৷