Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

টিহু ভাগ: বৰঝাৰ কালি মন্দিৰ প্ৰাংগণত আয়োজন কৰা ৰাজহুৱা কালি পুজাত উপস্থিত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী

Tihu Part, Nalbari | Oct 21, 2025
টিহু সমষ্টিৰ অন্তৰ্গত বৰঝাৰ কালি মন্দিৰ প্ৰাংগণত আয়োজন কৰা ৰাজহুৱা কালি পুজাত বন্তি প্ৰজ্জলক হিচাপে উপস্থিত থাকে কংগ্ৰেছৰ জিলা সভাপতি ৰাতুল পাটোৱাৰী।আনহাতে বন্তি প্ৰজ্বলন কৰাৰ লগতে ধৰ্মপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে
টিহু ভাগ: বৰঝাৰ কালি মন্দিৰ প্ৰাংগণত আয়োজন কৰা ৰাজহুৱা কালি পুজাত উপস্থিত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী - Tihu Part News