Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

টিহু ভাগ: গোৱৰাদল পদ্মপাৰাৰ শ্রীশ্রী মা কালী দেৱালয়ত কালী পূজা, পূজাস্থলীত উপস্থিত জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী

Tihu Part, Nalbari | Nov 21, 2025
৪০ নং টিহু সমষ্টিৰ অন্তৰ্গত গোৱৰাদল পদ্মপাৰাৰ শ্রীশ্রী মা কালী দেৱালয়ত আয়োজিত ৮৬ সংখ্যক শ্রীশ্রী মা কালী পূজা মহোৎসৱত উপস্থিত হয় জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, ইফালে পূজাত আশিৰ্বাদ লোৱাৰ লগতে ধৰ্মপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰে মনলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে