Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

টিহু ভাগ: গোৱাৰাদলত ভাৰতীয় কিষাণ সংঘ নলবাৰী জিলা সমিতিৰ উদ্যোগত গো মাতা পূজন

Tihu Part, Nalbari | Oct 29, 2025
আজি গোপাষ্টমী , গোপাষ্টমী উপলক্ষে গোৱাৰাদলত ভাৰতীয় কিষাণ সংঘ জিলা সমিতিৰ উদ্যোগত গো মাতা পূজন । সম্পূৰ্ণ আধ্যাত্মিক কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটোত গো-মাতাক পূজা অৰ্চনা কৰে ।আনহাতে গো মাতাৰ লগত জড়িত এগৰাকী বৰ্ষীয়ান ব্যক্তিৰ আশীষ গ্ৰহণ কৰে ভাৰতীয় কিষাণ সংঘৰ জিলাৰ উদ্যোক্তা সকলে
টিহু ভাগ: গোৱাৰাদলত ভাৰতীয় কিষাণ সংঘ নলবাৰী জিলা সমিতিৰ উদ্যোগত গো মাতা পূজন - Tihu Part News