সাপেখাতী: সাপেখাটীত সদ্য প্ৰয়াত লোকৰ পৰিয়ালৰ লগত মত বিনিময় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
ভাৰতীয় জনতা পাৰ্টীৰ সাপেখাটী মণ্ডলৰ কোষাধ্যক্ষ হৰেন চাংমাইৰ মাতৃ আজি কেইদিনমানৰ পূৰ্বে বৈকুণ্ঠৰ গামী হয়। আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মাতৃ গৰাকীৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে বিধায়কে। এই সময়চোৱাত বিজেপিৰ কাৰ্য়কৰ্তা আৰু পৰিয়ালৰ সদস্য সকল উপস্থিত থাকে ।