সাপেখাতী: বৰহাটত বৰহাট মণিপুৰী কলা -কৃষ্টি কেন্দ্ৰৰ উদ্যোগত "জাও ছাং মৈ থাবা" উৎসৱ উদ্ যাপন
বৰহাট মণিপুৰী কলা -কৃষ্টি কেন্দ্ৰৰ উদ্যোগত আজি সোমবাৰে সন্ধিয়া ছয় বজাত বৰহাট নিউ হাই স্কুলৰ খেল পথাৰত জাও ছাং মৈ থাবা উদ্ যাপন কৰা হয়। উল্লেখ্য যে মণিপুৰী সমাজৰ পৰম্পৰা ৰীতি-নীতি তথা মাংগলিক কাৰ্যসূচীৰে উদ্ যাপন কৰা জাও ছাং মৈ থাবা উৎসৱত বৰহাটৰ মণিপুৰী সমাজৰ লগতে বিভিন্ন জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰে।