সাপেখাতী: ডাবহি বিলত বিদ্যুৎ পবাহিত হৈ প্ৰবীন ৰাজকোঁৱৰ নামৰ এজন সমাজকৰ্মী মৃত্যু
ডাবহি বিলত বিদ্যুৎ পবাহিত হৈ প্ৰবীন ৰাজকোঁৱৰ নামৰ এজন সমাজকৰ্মী মৃত্যু বিদ্যুৎ পবাহিতহৈ মৃত্যু হোৱাত পৰিয়ালৰ লগতে অঞ্চলটোত শোক ছাঁ পৰে।জানিব পৰা মতে ঘৰৰ এখন চুইচ বৰ্ড আতঁৰাই বেলেগ স্থানত লগাবলৈ যাওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়।প্ৰবীন ৰাজকোঁৱৰক সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেললৈ নিয়া হৈছিল যদিও মেডিকেলতে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।মঙ্গলবাৰে তিনি বজাত মৃতদেহ নিজাগৃহলৈ আনি শেষকৃ