নগাঁও: ৰূপহীহাটৰ অৰুনাত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত এখন চাৰিচকীয়া বাহন, আঘাতপ্ৰাপ্ত দুজনক চিকিৎসালয়ত ভৰ্তি
Nagaon, Nagaon | Jul 6, 2025 ৰূপহীহাটৰ অওনাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত পতিত এখন চাৰিচকীয়া বাহন দেওবাৰে দিনৰ প্ৰায় ১২ মান বজাত সংঘটিত পথ দুৰ্ঘটনাত আঘাটপ্ৰাপ্ত দুজনক চিকিৎসালয়ত ভৰ্তি। নিয়ন্ত্ৰণ হেৰুৱাই পুখৰিত পৰে চাৰিচকীয়া বাহনখন ৷ ইফালে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত দূৰ্ঘটনা সংঘটিত হয়। দ্ৰুত বেগত অহাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই পুখৰিত বাগৰী পৰা চাৰিচকীয়া বাহনখনৰ নাম্বাৰ AS01BK6441