Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Capacitybuilding
Worldwaterday
Educationforall
���ंतर्राष्ट्रीय_वन_दिवस
Railsafety
No video available

মাহমৰা: উগ্ৰ সাম্প্ৰদায়িক নেতা বদৰুদ্দিন আজমলৰ কথামতে কংগ্ৰেছ নচলে, মৰাণহাটত আজমলক কঠোৰ সমালোচনা জিলা যুৱ কংগ্ৰেছৰ সভাপতিৰ

Mahmora, Charaideo | Mar 10, 2024
চৰাইদেউ জিলাৰ মৰাণহাটত আজি বিয়লি এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰে চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈয়ে ৷ অসমত কংগ্ৰেছ শূন্য হ'ব বুলি আজমলে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত যুৱ কংগ্ৰেছৰ নেতাজনে কয় যে বদৰুদ্দিন আজমল এজন ভেল্যুলেচ নেতা, আজমলৰ মন্তব্যৰ কোনো ভিত্তি নাই ৷ বিজেপিৰ নিৰ্দেশমতে উঠা-বহা কৰে আজমলে ৷

MORE NEWS