Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Thodadhyanse
No video available

মাহমৰা: মৰাণহাটৰ ঐতিহাসিক শ্ৰীশ্ৰী নৰ্ৱদেশ্বৰ শিৱালয়ত তিনিদিনীয়াকৈ মহাশিৱৰাত্ৰি আৰম্ভ, অগণন ভক্তৰ সমাৱেশ

Mahmora, Charaideo | Mar 8, 2024
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী নৰ্ৱদেশ্বৰ শিৱালয়ত আজি মহাশিৱৰাত্ৰি উপলক্ষে অগণন ভক্তৰ সমাৱেশ ৷ পুৱাৰে পৰা মৰাণ নগৰৰ লগতে দাঁতিকাষৰীয়া মৰাণহাট জ্যোতিপুৰ, ঊষাপুৰ, আমগুৰী, খুমটাই, চকলীয়া আদি বিভিন্ন অঞ্চলৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে শিৱালয়ত ধূপ-ধূণা, নৈবেদ্যৰে দেৱাদিদেৱ মহাদেৱক পূজা-অৰ্চনা কৰিছে ৷ তিনিদিনীয়াকৈ আয়োজন কৰা এই মহাশিৱৰাত্ৰি দেওবাৰে সামৰণি পৰিব ৷

MORE NEWS