Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
No video available

মাহমৰা: মৰাণহাটত চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে টাইপাৰ মহকুমা সমিতিৰ সভাপতি

Mahmora, Charaideo | Mar 10, 2024
চৰাইদেউ জিলাৰ মৰাণহাট ঊষাপুৰ খেলপথাৰত আজি ঊষাপুৰ মহিলা সমাজ আৰু মৰাণ মহিলা মঞ্চৰ উদ্যোগত, টাই আহোম যুৱ পৰিষদ, মৰাণ শিল্পী সমাজ আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত অহা ২২ মাৰ্চত আয়োজন কৰা চতুৰ্দশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ লাইখুটা স্থাপন কৰা হয় ৷ টাই আহোমৰ পৰম্পৰাগত নীতি-নিয়মেৰে কৰা এই লাইখুটা স্থাপন অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী অঞ্জলি চেতিয়া, টাইপাৰ মৰাণ মহকুমা সমিতিৰ সভাপতি পলাশজ্যোতি বৰগোহাঁইকে ধৰি বহুসংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷

MORE NEWS