Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
Swachhbharat
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Responsiblerailyatri
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Worldwaterday
Educationforall
Capacitybuilding
Railsafety
Chaitranavratri
No video available

মাহমৰা: মাহমৰাৰ পাটসাঁকোত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি গীতৰ তালে তালে নাচিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

Mahmora, Charaideo | Apr 10, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত পাটসাঁকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মাহমৰা আৰু থাওৰা সমষ্টি ভিত্তিত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মঞ্চত উঠি মুখ্যমন্ত্ৰীয়ে গীতৰ তালে তালে নাচি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ সভাত কেবিনেট মন্ত্ৰী যোগেন মহন, বিধায়ক সুশান্ত বৰগোহাঁই, চৰাইদেউ জিলা বিজেপিৰ সভাপতি উপস্থিত থাকে ৷

MORE NEWS