Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Bipinrawat
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Cds
Worldwaterday
Chaitranavratri
Railsafety
Smartrailyatri
Indianrailway
Railinfra4jharkhand
No video available

মাহমৰা: মাহমৰাৰ কচুমাৰীত নিশা কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত একাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপি দলত যোগদান

Mahmora, Charaideo | Apr 9, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত কচুমাৰীত আজি নিশা যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মাহমৰা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ এই প্ৰচাৰ অনুষ্ঠানৰ পাছতে মিলন পঞ্চায়তৰ বহুকেইগৰাকী সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ যোগদান কৰা কৰ্মীসকলক বিজেপি দললৈ উষ্ম আদৰণি জনাই কেবিনেট মন্ত্ৰী যোগেন মহন আৰু বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নৱ বৰুৱাই ৷

MORE NEWS