Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Capacitybuilding
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

মাহমৰা: মৰাণহাট ঊষাপুৰত পুৱা উপস্থিত হৈ পাটসাঁকোত হʼবলগীয়া মুখ্যমন্ত্ৰীৰ সভাৰ বাবে যাতায়তৰ তদাৰক কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে

Mahmora, Charaideo | Apr 10, 2024
চৰাইদেউ জিলাৰ মৰাণহাট ঊষাপুৰ খেলপথাৰত বুধবাৰে পুৱাই উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন। আজি মাহমৰা সমষ্টিৰ পাটসাঁকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভালৈ যাবলগীয়া দলীয় কৰ্মীসকলৰ বাবে যাতায়ত ব্যৱস্থাৰ তেওঁ পৰ্যবেক্ষণ কৰে ৷ লগতে মৰাণ পৌৰসভাৰ উপ-পৌৰপতি উদয় শংকৰ গগৈ আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷

MORE NEWS