Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Kalpanachawla
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
North_delhi
West_delhi
Notoadulteration
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Capacitybuilding
Educationforall
Worldwaterday
Railsafety
Chaitranavratri
���ंतर्राष्ट्रीय_वन_दिवस
Bipinrawat
Cds
No video available

মাহমৰা: চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱাৰ উপস্থিতিত মাহমৰাৰ সৰ্বোদয় পঞ্চায়তত ঘৰে ঘৰে প্ৰচাৰ অভিযান

Mahmora, Charaideo | Apr 8, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত সৰ্বোদয় পঞ্চায়তত আজি সন্ধিয়া চৰাইদেউ জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱাৰ নেতৃত্বত বিজেপি দলে ঘৰে ঘৰে প্ৰচাৰ অভিযান চলাই ৷ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ চলোৱা এই নিৰ্বাচনী প্ৰচাৰত চৰাইদেউ জিলা বিজেপিৰ সম্পাদক সুৰেশ ফুকন, সৰ্বোদয় পঞ্চায়তৰ প্ৰাক্তন সভাপতি চন্দ্ৰ চুতীয়া উপস্থিত থাকে ৷

MORE NEWS