আজাৰা: ডুবাইত অনুষ্ঠিত হোৱা Asian Youth Para Games-2025ত অসমৰ অনিস্মিতা কোঁৱৰ আৰু লালৰামচুম মাৰৰ পদক অৰ্জন কৰি উপস্থিত অসমত
ডুবাইত অনুষ্ঠিত হোৱা Asian Youth Para Games-2025ত অসমৰ অনিস্মিতা কোঁৱৰ আৰু লালৰামচুম মাৰৰ পদক অৰ্জন । দুই খেলুৱৈয়ে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ মুঠতে ৫টা পদক অৰ্জন কৰে। অনিস্মিতা কোঁৱৰে লংজাপত সোণৰ পদক, ১০০ মিটাৰ দৌৰত ৰূপৰ পদক আৰু ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।লালৰামচুম মাৰে জেভলিন থ্ৰ'ত সোণৰ পদক, আৰু ডিচকাচ থ্ৰ'ত ব্ৰঞ্জৰ পদক অৰ্জন কৰে।