আজাৰা: মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰাবাসত চাঞ্চল্যকৰ ঘটনা অম্বিকাগিৰী ৰায়চৌধুৰী ছাত্ৰাবাসৰ শৌচাগাৰত উদ্ধাৰ ছাত্ৰ মৃতদেহ
মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰাবাসত চাঞ্চল্যকৰ ঘটনা । অম্বিকাগিৰী ৰায়চৌধুৰী ছাত্ৰাবাসৰ শৌচাগাৰত উদ্ধাৰ ছাত্ৰ মৃতদেহ । ছাত্ৰজনৰ নাম ৰুবাইল আলম ।যোৱা ১২ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰজন । পাণ্ডু কলেজৰ B. Sc তৃতীয় ষান্মাসিকৰ ছাত্ৰ আছিল ৰুবাইল আলম ।