সোণাৰি: সোণাৰিত অত্যাধুনিক জিমৰ শুভ উদ্বোধন কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু নয়ন নিলিমে
চৰাইদেউ জিলাৰ সোনাৰিত আজি এচ ডি গোল্ড নামেৰে এটি অত্যাধুনিক জিমৰ মুকলি কৰা হয়। যুৱ ব্যৱসায় উত্তম চাংমাই যে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে জিম নিৰ্মাণ কৰিছে । দীৰ্ঘদিনৰ পৰা সোনাৰিত এটা উন্নতমানৰ অত্যাধুনিক জিমৰ অভাৱ আছিল । আজি এচ ডি জিমে আশাৰ বতৰা কঢ়িয়াই আনিছে । অভিজ্ঞ প্ৰশিক্ষক লগতে উন্নতমানৰ এটা জিম আজি মুকলি কৰে জনপ্ৰিয় শিল্পী ৰবি শৰ্মা আৰু নয়ন নিলিমে ।