Public App Logo
Jansamasya
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
New_delhi
No video available

সোণাৰি: চ্যুকাফা হাবিগাঁৱত মথুৰাপুৰ আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ১৫০লিটাৰ চুলাই মদৰ লগত ব্যৱহৃত পাছ নষ্ট কৰে

Sonari, Charaideo | Mar 22, 2024
চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ এলেকাৰ চ্যুকাফা হাবিগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই মথুৰাপুৰ আৰক্ষীয়ে । অভিযানকালত মথুৰাপুৰ আৰক্ষীয়ে চুলাই মদৰ পাছ ১৫০লিটাৰ নষ্ট কৰাৰ লগতে চুলাই তৈয়াৰ কৰা ৩টা যন্ত্ৰ নষ্ট কৰে ৷