Public App Logo
Jansamasya
National
Bihar
Madhya_pradesh
Indianrailways
Patanjali
New_delhi
Chandigarh
South_delhi
Shahdara
Beattheheat
���हीद_दिवस
North_east_delhi
Nagaland
East_delhi
Tbmuktbharat
North_delhi
West_delhi
Notoadulteration
Railinfra4uttarpradesh
Railone
North_west_delhi
���िश्व_जल_दिवस
Thodadhyanse
Educationforall
Capacitybuilding
Worldwaterday
Chaitranavratri
Railsafety
���ंतर्राष्ट्रीय_वन_दिवस
No video available

সোণাৰি: সোণাৰিস্থিত ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ সভা, উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ

Sonari, Charaideo | Mar 22, 2024
শুক্ৰবাৰে পুৱা ১০ বজাত চৰাইদেউ জিলাৰ সোণাৰিস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত হয় বিৰোধী গোটৰ এখনি নিৰ্বাচনী ৰাজহুৱা সভা । এই সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকীকে ধৰি বহু কেইজন বিষয়ববীয়া আৰু দলীয় কৰ্মী । লগতে অংশগ্ৰহণ কৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বিষয়ববীয়া আৰু দলীয় কৰ্মীয়ে ।

MORE NEWS