সোণাৰি: সোণাৰিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে জিলা মহিলা মৰ্চাৰ সভানেত্ৰী
ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা মহিলা মৰ্চাৰ অন্তৰ্গত সোণাৰি মণ্ডলৰ সভানেত্ৰী ৰীংকু চলিহা নায়কৰ সভাপতিত্ব নিৰ্বাচনী প্ৰচাৰৰ সৰ্ন্দভত সোণাৰিত এখন সভা অনুষ্ঠিত হয় । উপস্থিত থাকে সোণাৰি মণ্ডলৰ মহিলা মৰ্চাৰ ১২৯নং বুথ বাহিনীৰ আহ্বায়ীকা মালিকা দেৱনাথ, বুথ সভাপতি বুলা দেব, শৈলেন দাস, জিলা মহিলা মৰ্চাৰ উপ সভানেত্ৰী তথা ৯নং ৱাৰ্ড আয়ুক্তা চুমা দাস, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিং।