সোণাৰি: চৰাইদেউত বিজেপিৰ সোণাৰি মণ্ডলৰ ১১৮ নং আৰু ১১৭ নং বুথত ঘৰে ঘৰে সম্পৰ্ক অভিযানত অংশগ্ৰহণ জিলা মহিলা মৰ্চাৰ সভানেত্ৰীৰ
ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলাৰ অন্তৰ্গত সোণাৰি সমষ্টিৰ সোণাৰি মণ্ডলৰ ১১৮ নং বুথ আৰু ১১৭ নং বুথত বুথ সভাপতি সকলৰ লগত 'মোৰ বুথ সকলোতকৈ মজবুত' শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। এই সম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে বিজেপি চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰনিতা পাংগিঙে ।