আজাৰা: বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেলত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । নতুন টাৰ্মিনেলৰ কাম কাজ বুজ লবলৈ উপস্থিত মুখ্যমন্ত্ৰী । অহা ২০ ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্মোচন কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল।