গোগামুখ: বৰদলনি মাজবাৰীত আৰু বাম চেনিয়া গাঁৱত দেউৰী পূজাৰী সন্মিলনৰ আৰু জয় ডাম মেচু উৎসৱৰ শনিবাৰে প্ৰথম দিন পালন কৰা হয়
ধেমাজি জিলা বৰদলনি মাজবাৰীত দেউৰী জনগোষ্ঠীৰ গাঁও সমূহৰ সৰ্বেসৰ্বা আৰু পূজনীয় পূজাৰী সকলক লৈ ১০,১১আৰু ১২ ফ্ৰেব্ৰুৱাৰীত ধেমাজি জিলাৰ মাজৰবাৰী দেউৰী গাঁৱৰ মেলাৰাম দেউৰী ক্ষেত্ৰত অনুষ্ঠিত কৰিছে সদৌ দেউৰী পূজাৰী সন্মিলন লগতে দেউৰী সকলৰ জয় ডাম মেচু উৎসৱ। উপস্থিত বিভিন্ন প্ৰান্তৰ ৰাইজ ।