সোণাৰি: বীণাপাণি উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰক ছুৰিকাঘাতৰ ঘটনা, দুর্বৃত্তৰ আক্ৰমণত আহত দশম শ্ৰেণীৰ এজন ছাত্র
সোণাৰি বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰক চুৰিকাঘাত। দুর্বৃত্তৰ আক্ৰমণত আহত দশম শ্ৰেণীৰ এজন ছাত্র।আহত ছাত্ৰজনৰ নাম পৰীক্ষিত গগৈ। বীণাপাণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰতে সংঘটিত এই ঘটনা। আহত ছাত্র জনক চৰাইদেউ জিলা চিকিৎসালয়ত ভর্তি। আক্রমণকাৰী সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে।সোণাৰিত উদণ্ড কিশোৰৰ তাণ্ডৱ। বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি খুকুৰিৰে আঘাট কৰি পলায়ন। সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ ৷