সোণাৰি: মথুৰাপুৰ ভকত গাওঁ তিনি আলিৰ সমিপত পথৰ কাষতেই নিয়ন্ত্ৰন হেৰুৱাই ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত ৷ কথমপি প্ৰাণ ৰক্ষা চালক জনৰ ৷
চৰাইদেউ জিলাৰ মথুৰাপুৰ ভকত গাওঁ তিনি আলিৰ সমিপত এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত ৷নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষৰ দ গাঁতত সোমাই দুৰ্ঘটনাগ্ৰস্ত ৷মথুৰাপুৰ লাকুৱা সংযোগী পথত কিছুদিন পূৰ্বে জল জীৱন মিছন আঁচনিৰ পানীৰ পাইপ সংযোগ কৰাৰ নামত পথৰ কাষতে নলা খান্দি দিয়াৰ পাছত নলা সমূহ ভালদৰে মাটি নিদিয়াত পথৰ কাষৰ দ গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত হয় বুলি স্থানীয় লোকে জানিব দিয়ে ৷