সোণাৰি: সৰ্প বন্ধু খ্যাত পলাশ বৰপাত্ৰগোঁহায়ে লাকুৱা চলা বনাঞ্চলত এটি বিষাক্ত মাটিফেঁটি সাপ মুকলি কৰে ৷
সৰ্প বন্ধু পলাশ বৰপাত্ৰ গোঁহাইয়ে আজি বিষাক্ত ফেঁটি হাপ উদ্ধাৰ কৰি চলা বনাঞ্চলত মেলি দিয়ে উল্লেখ্য যে হাহঁচৰা দয়া চাৰিআলিত বিষাক্ত মাটিফেঁটি সাপ উদ্ধাৰ। এঘৰৰ কুকুৰা গঁৰালত কুকুৰা পোৱালি ভক্ষণ কৰি থকাৰ সময়তে সাপতো ধৰে সৰ্প বন্ধু খ্যাত পলাশ বৰপাত্ৰগোঁহায়ে। বিষাক্ত সাপদাল পলাশে চলা বনাঞ্চলৰ ঘন জংগলত মেলি দিয়ে।