Public App Logo
Jansamasya
Jharkhand
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Meerut
Fire
Jhansi
Rain
No video available

সোণাৰি: সোণাৰিৰ সাপেখাতীত অঘটন, চলন্ত ৰেলৰ পৰা পৰি এজন বৃদ্ধৰ মৃত্যু

Sonari, Charaideo | Jun 13, 2024
সোণাৰিৰ সাপেখাতীৰ বৰুৱানগৰ ৰেল ষ্টেচনৰ সমীপত যাত্ৰীবাহী ৰেলৰ পৰা বৃস্পতিবাৰে ১২বজাত পৰি মৃত্যুক আকোঁৱালি ল'লে এগৰাকী ৯৫ উৰ্দ্ধৰ এগৰাকী বৃদ্ধই ৷ বৰহাট হাবি গাওঁৰ মানসিক ভাৱে বিকাৰগ্ৰস্ত ৰঘুনাথ শ্বাহ নামৰ বৃদ্ধ গৰাকীয়ে পৰিয়ালক অৱগত নকৰাকৈ নিজ গৃহৰ পৰা উলাই আহি ৰেলেৰে যাত্ৰা কৰোঁতে সংঘটিত হয় এই অঘটন ৷ ঘটনাস্থলীত উপস্থিত ৰেল আৰক্ষী ৷