এতিয়া ওদালগুৰিত বহিয়েই পূৰণ কৰক উচ্চ শিক্ষাৰ সপোণ। উচ্চ শিক্ষাৰ বাবে পঞ্জাৱলৈ যাব বিচৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। পঞ্জাৱৰ লুধিয়ানাস্থিত আগশাৰীৰ শিক্ষানুষ্ঠান GGI কেম্পাছ (Gulzar Group of Institutes)ত ২০২৬-২৭ বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া মুকলি হৈছে। নামভৰ্তি আৰু কেৰিয়াৰ গাইডেন্সৰ বাবে আপুনি পঞ্জাৱলৈ নোযোৱাকৈও অসমৰ ওদালগুৰি আৰু গুৱাহাটী স্থিত স্পট এডমিচন অফিচৰ সৈতে যোগাযোগ কৰিব পাৰে।
Call - 94010-00578 / 96783-56143