সোণাৰি: লাকুৱা চাফ্ৰাই মণ্ডল আৰু সোনাৰী পঞ্চায়তৰ বৰাহিত শক্তিকেন্দ্ৰ পৰ্যায়ৰ সাংগঠনিক সভাত অংশগ্ৰহণ মন্ত্ৰী যোগেন মহনৰ
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত অন্তর্গত লাকুৱা চাফ্ৰাই মণ্ডল আৰু সোনাৰী পঞ্চায়তৰ বৰাহিত শক্তিকেন্দ্ৰ পৰ্যায়ৰ সাংগঠনিক সভাত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগন মহন৷ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত বিজেপি দলক যোগদান কার্যসূচী সম্পন্ন হয়